মূখ্য খবৰ

ATTENTION বিধায়িকা সুমন হৰিপ্ৰীয়া

অনিশ্চয়তাত হাজো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান হাজোবাসীৰ স্বপ্নই নাপাৱ নেকি পূৰ্ণতা?? অসম চৰকাৰৰ ২০১৮-১৯ বৃত্তীয় বৰ্ষত অনুমোদন লাভ কৰা হাজোবাসীৰ স্বপ্ন স্বৰূপ হজো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান খনলৈ নামি আহিছে চৰম অনিশ্চয়তা। …
Read More

হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হাজোৰ যুৱক

জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য ,শিক্ষা, গড়কাপ্তানী তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি বিধায়ক শিলাদিত্য দেৱক হত্যাৰ ভাবুকি দিয়া হাজোৰ টাপাবৰী চৰৰ যুৱক আখতাৰ আলীক অৱশেষত গ্ৰেপ্তাৰ …
Read More

বিজেপি উত্তৰ কামৰূপ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি হাজোত

পঞ্চতীৰ্থ শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,হাজোত অনুষ্ঠিত হয় এই সভা আজি হাজোৰ পঞ্চতীৰ্থ শংকৰদেৱ শিশু বিদ্যা নিকেতনত উত্তৰ কামৰূপ জিলা বিজেপিৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বিজেপি উত্তৰ কামৰূপ …
Read More

হাজোৰ দমদমা চ’কত বিধ্বংসী অগ্নিকাণ্ড

দমদমা চ’কৰ তৃষ্ণা হোটেলৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড অগ্নিকাণ্ডত কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰিত হয়। কুলহাটী বজাৰ চ’কত হয় এই অগ্নিকান্ড। তৃষ্ণা হোটেলৰ চিলিণ্ডাৰত জুই লাগি সমগ্ৰ চ’কত এই জুই …
Read More

ৰামদিয়াত সুধাকন্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱস উদযাপন

সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চ,ৰামদিয়াৰ বিশেষ উদ্যোগ বিশ্ব বৰেণ্য শিল্পী অসমী আইৰ অমৃত সন্তান সুধাকন্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্ম দিৱস সমগ্ৰ ৰাজ্যৰ লগতে ৰামদিয়াতো পালন কৰা হয় সমন্বয় …
Read More

হাজোত ধৰ্মীয় সমন্বয়লৈ আহিছে সংকট

আঁৰত একাংশ হাজোৰ যুৱ প্ৰজন্ম হাজোৰ সাতামপুৰুষীয়া ঐতিহ্য তথা ধৰ্মীয় সমন্বয়লৈ আহিছে অঁশনি সংকট। হাজো হৈছে হিন্দু-মূছলমানৰ সমন্বয়ৰ মিলনভূমি। এই হাজোতে অৱস্থিত বিখ্যাত শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ সমন্বিতে পঞ্চতীৰ্থ …
Read More

হাজোত বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা

বাঘ হাজৰিকা ঐক্য মঞ্চৰ প্ৰতিবাদ আজি হাজোত উপস্থিত হৈছে শেহতীয়াকৈ ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘কোৰান শ্বৰিফ’ৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰি ৰাজ্যজুৰি বিতৰ্কৰ সমল হৈ পৰা সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাই …
Read More

হাজোত কংগ্ৰেছৰ উত্তৰসুৰি কোন?

দ্বীপেন-দিলীপ- মৃদুল নে নেকিব- নুৰমহম্মদ ? WWW.hajorkhabar.com কংগ্ৰেছ দলৰ পৰা দুলু আহমেদৰ পদত্যাগৰ লগে লগে হাজো সমষ্টিত কংগ্ৰেছ দলৰ উত্তৰসুৰি কোন হ’ৱ তাক লৈ চলিছে ব্যাপক জল্পনা কল্পনা। বিগত লোকসভাৰ …
Read More

হাজোৰ অঘোষিত চম্বল!!!

কাৰ ৰাজত্ব চলে এই চম্বলত!!! কেইদিনমান আগলৈ হাজোৰ এটা বিশেষ অঞ্চলৰ বাতৰিয়ে দৃষ্টি কাঢ়িছিল ৰাজ্যবাসীৰ । হাজোৰ বুল্লুট-কোঁৱৰপুৰ আৰু দক্ষিণ শিংৰা অঞ্চলৰ লোমহৰ্ষক দুটাকৈ হত্যাকাণ্ডৰ খবৰে ত্ৰাসিত কৰি তুলিছিল সমগ্র …
Read More

কি হৱ দুলু আহমেদৰ ৰাজনৈতিক ভৱিষ্যত??

হাজোত কোন হৱ বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী ?? নেতৃত্বৰ প্ৰতি তিব্ৰ বিষেদকাৰেৰে এক প্ৰকাৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিৱলৈ বাধ্য হোৱা বিগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুলু আহমেদ যেন এতিয়া …
Read More