বন বিভাগৰ অত্যাধুনিক ড্ৰ’ণ আৰুADQRবাহনৰ শুভ উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনত দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ণ আৰু বন্যপ্ৰাণী বিশেষকৈ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে Anti-Depradation Quick Response Vehicleৰ শুভ উদ্বোধন কৰে। এই অত্যাধুনিক ব্যৱস্থাৰ যোগেদি বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটো অধিক কটকটীয়া কৰা হ’ব।

Source:CMO, ASSAM

Leave a Reply

Your email address will not be published. Required fields are marked *