ক্যাৰাটে ফেডাৰেছন অৱ ইণ্ডিয়াৰ তৰফৰ পৰা বিধায়িকা সুমন হৰিপ্ৰীয়ালৈ ব্লেক বেল্ট

ক্যাৰাটে ফেডাৰেছন অৱ ইণ্ডিয়া ৰ হাজো শাখাই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়ালৈ আগবঢ়াইছে মাৰ্চিয়েল আৰ্টছ্ ৰ সৰ্বোচ্চ সন্মান ব্লেক বেল্ট। হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানত বিধায়িকা গৰাকীক এই সন্মান প্ৰদান কৰে মাৰ্চিয়েল আৰ্টছ্ ৰ প্ৰশিক্ষণক দীপাংকৰ মজুমদাৰে। অনুষ্ঠানত উপস্থিত থাকে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল চন্দ্ৰ মেধি।

Leave a Reply

Your email address will not be published. Required fields are marked *