হাজোৰ দমদমা চ’কত বিধ্বংসী অগ্নিকাণ্ড

দমদমা চ’কৰ তৃষ্ণা হোটেলৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড

অগ্নিকাণ্ডত কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰিত হয়। কুলহাটী বজাৰ চ’কত হয় এই অগ্নিকান্ড। তৃষ্ণা হোটেলৰ চিলিণ্ডাৰত জুই লাগি সমগ্ৰ চ’কত এই জুই বিয়পি যায় | এই অগ্নিকাণ্ডত ৪,৫ টা মান গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় | ৬ খন অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমাবলৈ সক্ষম হয়|

Leave a Reply

Your email address will not be published. Required fields are marked *